DC Devashish Sharma Inaugurates Nagaon Inter School Cricket Tournament 2026

নগাঁও জিলা আন্তঃস্কুল ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ উদ্বোধন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ

নগাঁও জিলা আন্তঃস্কুল ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ। খেল-ধেমালিয়ে মানসিক শক্তিও বৃদ্ধি কৰে: দেৱাশীষ শৰ্মা।- Nagaon Inter School Cricket Tournament 2026

Pijush Hazarika Holds Departmental Review Meeting During Nagaon Visit

অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভ কৰি প্ৰথমবাৰৰ বাবে নগাঁৱত উপস্থিত মন্ত্ৰী পীযুষ হাজৰীকা

নগাঁৱত মন্ত্ৰী পীযুষ হাজৰীকাৰ বিভাগীয় পৰ্যালোচনা বৈঠক। আত্মনিৰ্ভৰশীলতাৰ ওপৰত অধিক গুৰুত্ব দি কৰ্মত ব্ৰতী হবলৈ আহ্বান।-Pijush Hazarika Nagaon Visit

Model Polling Station Competition Nagaon Results Announced; Top Schools Recognised

আদৰ্শ ভোটকেন্দ্ৰ স্থাপন কৰি কি স্থান লাভ কৰিলে কোন বিদ্যালয়ে ?

নগাঁও জিলাত বিধানসভা নিৰ্বাচনত ভোটাৰক আকৰ্ষণৰ প্ৰশাসনৰ অভিনৱ প্ৰয়াস। আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা।-Model Polling Station Competition Nagaon

Assam Cabinet Portfolio Allocation 2026: Department-Wise List of Ministers

ডঃ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ কোন মন্ত্ৰীক কোন দপ্তৰৰ দায়িত্ব?

অসম মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিতৰণ কৰিলে দপ্তৰ। কোন মন্ত্ৰীক কোন দপ্তৰৰ দায়িত্ব?- Assam Cabinet Portfolio Allocation 2026

Assamese Sikh Community Holds Special Executive Meeting at Barkola Gurudwara

বৰক’লাৰ কেন্দ্ৰীয় গুৰুদ্বাৰত অসমীয়া শিখ সন্থাৰ বিশেষ কাৰ্যনিৰ্বাহক সভা

বৰক'লাৰ কেন্দ্ৰীয় গুৰুদ্বাৰত অসমীয়া শিখ সন্থাৰ বিশেষ কাৰ্যনিৰ্বাহক সভা। অসমীয়া শিখৰ দুশ বছৰীয়া জয়ন্তী---অসমীয়া শিখসকলৰ পৰিয়াল সূচী প্ৰস্তুতৰ আহ্বান।- Assamese Sikh Community

Assam Youth Found Dead Under Mysterious Circumstances Near Hyderabad Railway Track

পুনৰ বহিঃৰাজ্যত ৰহস্যজনক অৱস্থাত অসমীয়া যুৱকৰ মৃত্যু

পুনৰ বহিঃৰাজ্যত ৰহস্যজনক অৱস্থাত অসমীয়া যুৱকৰ মৃত্যু ।ৰেল পথৰ দাঁতিত উদ্ধাৰ বেবেজীয়াৰ জামুগুৰিৰ লক্ষীপ্ৰসাদ নাথৰ‌ মৃতদেহ।- Assam Youth Death in Hyderabad

DC Distributes Laptops to 51 Digital Banking Sakhis in Nagaon

গ্ৰাম্যাঞ্চলত ডিজিটেল লেনদেনৰ প্ৰসাৰৰ উদ্দেশ্যে নগাঁৱৰ ৫১ গৰাকী সখীৰ মাজত লেপটপ বিতৰণ জিলা আয়ুক্তৰ

গ্ৰাম্যাঞ্চলত ডিজিটেল লেনদেনৰ প্ৰসাৰৰ বাবে বিশেষ উদ্যোগ। নগাঁও জিলাৰ ৫১ গৰাকী সখীৰ মাজত জিলা আয়ুক্তৰ লেপটপ বিতৰণ।-Digital Banking Sakhi Nagaon

নগাঁৱত কোচৰাজবংশী ছাত্ৰ সন্থাৰ সম্বৰ্ধনা অনুষ্ঠান

নগাঁৱত মধ্য অসম কোচৰাজবংশী ছাত্ৰ সন্থা, নগাঁও জিলা সমিতিৰ উদ্যোগত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা। সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত বিধায়ক ৰূপক শৰ্মাৰ লগতে প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱা।- Koch Rajbongshi Student Felicitation…

World Environment Day Tree Cutting Sparks Outrage in Nagaon on Environment Day

বিশ্ব পৰিৱেশ দিৱসৰ দিনাই নগাঁৱত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা গছ কাটিলে দুস্কৃতিকাৰীয়ে

বিশ্ব পৰিৱেশ দিৱসৰ দিনাই নগাঁৱত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা গছ কাটিলে দুস্কৃতিকাৰীয়ে ।ব্যক্তিগত খণ্ডৰ বিদ্যালয় কৰ্তৃপক্ষৰ প্ৰতি সন্দেহৰ আঙুলি।-World Environment Day Tree Cutting

Tobacco Free Nagaon Drive Intensifies Across Educational Institutions in Nagaon

ধঁপাতমুক্ত নগাঁও গঢ়াৰ লক্ষ্যৰে অভিযান জিলা প্ৰশাসনৰ

COTPA আইনৰ অধীনত নগাঁৱত ধঁপাতবিৰোধী অভিযান। সহকাৰী আয়ুক্ত প্ৰিয়াংকা কাশ্যপৰ নেতৃত্বত বিভিন্ন স্থানত নগাঁও জিলা প্ৰশাসনৰ অভিযান।-Tobacco Free Nagaon Drive

Mass Protest Against Drug Trafficking in Nagaon, Houses of Alleged Peddlers Vandalised

নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে ধৈৰ্যৰ বান্ধ ছিগিল জনতাৰ, ভাঙি লণ্ড ভণ্ড ড্ৰাগছ ব্যৱসায়ীৰ বাসগৃহ

ড্ৰাগছৰ বিৰুদ্ধে নগাঁৱত ক্ষোভৰ বহিঃপ্ৰকাশ জনতাৰ। উত্তেজিত জনতাই ভাঙি লণ্ড ভণ্ড কৰিলে ড্ৰাগছ ব্যৱসায়ীৰ বাসগৃহ। জ্বলাই ভস্মীভূত কৰিলে বাহন।- Drug Trafficking in Nagaon